চেঞ্জছ ছ’চাইটি নামৰ এন জি অ’ৰ মহানুভৱতা। অম্বুবাচী মেলা ২০২৬ ৰ সময়ত মা কামাখ্যাৰ ভক্তসকলক ১২০০০তকৈ অধিক পানীৰ বটল বিনামূলীয়াকৈ বিতৰণ কৰে সদস্য সকলে ।
চেঞ্জছ ছ’চাইটিৰ সকলো সদস্যই জনসাধাৰণৰ সেৱা কৰিবলৈ অত্যন্ত কঠোৰ পৰিশ্ৰম কৰে। সকলোৰে মনোবাঞ্চা মা কামাখ্যাই সকলোকে আশীৰ্বাদ কৰক।
চেঞ্জেচ ছচাইটিয়ে বিশেষ ধন্যবাদ জনায় মধ্য গুৱাহাটীৰ বিধায়ক বিজয় কুমাৰ গুপ্তা, নৰ্থ কাচাৰ হিলছ স্বায়ত্তশাসিত পৰিষদৰ ই এম (ডি এইছ এ চি) ডনপাইনন থাওচেনৰ লগতে মা বগলামুকী মন্দিৰ আৰু মা কামাখ্যা মন্দিৰৰ সকলো সমিতিৰ সদস্যক।



